Pcsx2 1.2.1 অসমীয়া ট্ৰানচলেচন গাইদ
#1
Configuration Guide Video



এই গাইদ টূ জিহেতু বিবৰন বা দা‌ংৰ হই, avih এখন শৰু গাইদ লিখিচে জুনতু অপুনি য়াতে পহিব পাৰে here. জুদি কিবা পৠ্ৰন বা বে্চি বুজিব অচে দিঘল গাইদ খন পহ্ক Smile

এই গাইদ খনত মোই pcsx2 ভালকে চলাব শিকাম অৰু গেম খেলিব তিপ দিম. এি গিতা হৌচে :

1) দাউনলউদ কৰক pcsx2 v1.2.1 HERE.
2) pcsx2 3তা ধৰনত অহে, ফুল ইনচতলাৰ, ৱেব ইনচতলাৰ আৰু বাইনেৰি.. ফুল ইনচতলাৰ লগত দাইৰেক একচ ৱেব ইনচতলাৰ অহে, ৱেব তুত বেলেগ কে দাউনলউদ কৰিব লাগিব অৰু বাইনেৰি খালি প্ৰগ্ৰেম তু অৰো পলাগইন থাকে. জুনতু ভাল দেখে দাঔনলদ কৰক.
3) ইনচতলাৰ তো চলঅক (জোদি দাঔনলদ কৰিচে) বা বাইনেৰি খোলক আৰো আৰখাব পৰা বচতো বোৰ ফলদাৰত ভৰঅক. (জেনে C:\PCSX2)
4) pcsx2-r5875 চলঅক জত ইনচতল কৰিচে.

Linux জোনে চলাই
নতোন বাইনেৰি তু য়াৰ পৰা here বা চৰচ তো য়াৰ পৰা Github. Compile কৰিবলে য়াত চাউক চলোঅ guide Linux কাৰনে .
এইবোৰ installed লাগিব : libaio-dev, libasound2-dev, libbz2-dev, libcg, libcggl, libegl1-mesa-dev, libglew-dev, libgtk2.0-dev, libjpeg-dev, libsdl1.2-dev, libsoundtouch-dev, libsparsehash-dev, libwxbase2.8-dev, libwxgtk2.8-dev, nvidia-cg-dev, nvidia-cg-toolkit, portaudio19-dev, zlib1g-dev.

পলাগইন জোনবোৰ Linux থাকে: ZZOgl-pg (or ZZOgl), GSdx OpenGL/SDL, SPU2-X, ZeroSPU2, OnePad, Linuz Iso, EFP Iso, and EFP Polling.


ইনদেক্ষ
  1. পলাগইন কনফিগাৰেচন
  2. BIOS কনফিগাৰেচন
  3. Core কনফিগাৰেচন
  4. Misc. Settings কনফিগাৰেচন
  5. Shortcuts/hotkeys কনফিগাৰেচন

PCSX2 কনফিগাৰ


PCSX2 প্ৰ‍থম বাৰ বঞৱহাৰ কৰা বাবে কনফিগাৰেচন ৱিজাৰদ আচে জোনতু কনফিগাৰ কৰা সহজ কৰি দিয়ে. প্ৰথম আমি সেইতু চাম .

প্ৰথম চক্ৰীন খনত ভাষা চিলেক্ত কৰক.

প্ৰথম দ্ৰপদাওনত ভাষা চিলেকট কৰক জোনতুট প্ৰগ্ৰেম তু চলাব বিচাৰিচে.

PCSX2 নিজে চব চেতি‍ংগ,মেম কাদৃ আৰো নতোন ফাইল বচাই থব জোনবুৰ দকিওমেনত ফলদাৰ বা pcsx2-r5875.exe ফলদাৰত আচে.

দিতিয় চক্ৰীনত পলাগইন চিলেকত কৰিব পাৰিব জুনতো বেবহাৰ কৰে. আগৰ পৰা দিয়া পলাগইন গিতা বেচি খৰকে চলে আৰো শৰল হই . বদলাই জদি ভাবি চিতি লব.
গিতাৰ কাৰনে বেলেগ ফলদাৰ দিব পাৰে . Uncheck কৰক default setting checkbox আৰো নিজৰ শোবিধা মতে ফলদাৰ দিয়ক Browse টো তিপি. Open In Explorer খালি file explorer window খোলি দিয়ে জত আপোনি ফলদাৰ বনাইচে.

ত্ৰটিয় চক্ৰীনত BIOS চবি লিচতৰ পৰা চিলেকত কৰক.জোদি একো ধেখা পোৱা নাই নিজে BIOS ফাইল গিতা তলত দেখা মতে ৰাখক আৰো point কৰক জত BIOS চবি চেব কৰিচে . বাবে আৰো জানিব বিচাৰিচে জুদি য়াত চাঅক BIOS কনফিগাৰেচন . জোদি চিলেকচন কৰিব পৰা নাই, PCSX2 বঞবহাৰ কৰিব নোৱাৰিব. ফিনিচ তিপক প্ৰথম বাৰৰ কনফিগাৰেচন ৱিজাৰদ খতম কৰিবলে.

এইতো মেইন GUI(Graphical User Interface) PCSX2ৰ হই . য়াতে চেতইগ বা পলাগইন PCSX2 হিচাপে বদলাব পাৰে .
প্ৰথম আমি পলাগইন চাম আৰো তাৰ পাচত কউৰ চেতইগ খিনি চাম.
য়াত জাবক Config =>Plugin/BIOS জত পলাগইন চিলেকত আৰো কনফিগাৰ PCSX2 বাবে কৰা জাব . এখন চবি দেখা পাব য়াৰ নিচিনা (click to enlarge):

[Image: attachment.php?aid=30180]


য়াতে তিনিতা তেব আচে পলাগইন, BIOS আৰো ফলদাৰ .

পলাগইন তেব পলাগইন /BIOS চিলেকত কৰা বাবে :


পৠ্ৰথম uncheck কৰিব পাৰে use default setting checkbox তলত আৰো নিজৰ ফলদাৰ দিব পাৰে Browse তিপি.এইতো ফলদাৰৰ পৰাPCSX2 নিজৰ পলাগইন লদ কৰে.
দাও ফালে পলাগইন বোৰে কি বচতো চলাই দেখা পাব (GS, PAD, SPU2 etc), মাজত পলাগইন চিলেকচন দ্ৰপ দআাওন আৰো বাও ফালে কনফিগাৰেচন পলাগইন কাৰনে দেখা পাব জি পলাগইন চিলেকত কৰিচে .
মনত ৰাখিব জে পলাগইন বদলালে "Apply" button তিপক নতৗোন পলাগইন তো লদ কৰিবলে আৰো কনফিগাৰ কৰিবলে .

এতিয়া আচল পলাগইন কনফিগাৰেচন:

Graphics:

Intel core i5 3210m @3.1ghz
Nvidia Geforce GT650m 2Gb DDR5 (Core:975mhz/Memory:1000mhz)Cool
8Gb DDR3 1600hmz Ram
1Tb Hdd
1600x900 Hd resolutionBiggrin
Windows 8.1 64bit
Reply

Sponsored links

#2
This guide is an W.I.P at the moment. I will try and update it at regular intervals so have a little patience with me Smile.
Note : Some In - Program features and functions like Gsdx,Ee,Mtvs (you get what i'm referring to) will not be translated as of now. I will translate them after i work on the Gui as then it'll be more understandable since the program doesn't have the Assamese language yet. Thank you.

Progress :
Guide - 6%
Gui. - Not started
Quick starter - Not started
Intel core i5 3210m @3.1ghz
Nvidia Geforce GT650m 2Gb DDR5 (Core:975mhz/Memory:1000mhz)Cool
8Gb DDR3 1600hmz Ram
1Tb Hdd
1600x900 Hd resolutionBiggrin
Windows 8.1 64bit
Reply




Users browsing this thread: 1 Guest(s)